ডাঙৰীয়া (Assamese) [ Roman: da.ngo.ri.ya]
    du: ডা-ডাঙৰীয়া, fm: ডাঙৰীয়ানী
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-19
    1. (Common Noun-Masculine) a respectful or formal term of address used to a man পুৰুষক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা এক সন্মানসূচক বা আনুষ্ঠানিক শব্দ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. (Abstract Noun) mental representation of some strange experience, visible disembodied soul of a dead person শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-18
    3. (Common Noun-Masculine) a man of high social position or used as the title for such a nobleman. সমাজৰ শ্ৰেষ্ঠ বা মান্য মানুহক কৰা সম্বোধন ৷