দেও (Assamese) [ Roman: deo]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-31
    1. (Abstract Noun) mental representation of some strange experience, visible disembodied soul of a dead person শৰীৰ নোহোৱা আত্মাৰ মানসিক প্ৰতিৰূপ

    দেও (TAI-Ahom) [ Roman: deo]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-10-18
    2. Religious-Mythological(Abstract Noun) A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
    Assamese:
    অক্ষয় পুৰুষ অখিলাত্মা অচ্যুত অজৰ অদিতিজ অদিতিনন্দন অদিভিত্ অদ্বৈত অধিযজ্ঞ অধীশ্বৰ অনন্ত অনাদি অমৰ আদি-কৰ্তা আদি-কৰ্ত্তা আদিনিৰঞ্জন আল্লাmc আল্লাহmc ইচ্ছাময় ঈশ ঈশ্বৰ ঋতম্ভৰ ওপৰৱালা কল্যাণগিৰি কল্যাণবৃত্ত কল্যাণসাগৰ কৰিমmc কৰুণাময় খোদাmc খোদাতাল্লাmc গহয়la গোঁসাই চিদানন্দ জগতকৰ্তা জগতকৰ্ত্তা জগতপতি জগতপিতা জগদাধাৰ জগদীশ জগদীশ্বৰ জগধাতা জগনিবাস জগন্নাথ জগন্নিৱাস জগবন্ধু জগৎপতি জগৎপ্ৰাণ জগৎস্ৰষ্টা জীৱেশ্বৰ ত্ৰিদিৱেশ দীনেশ দয় ধাতা নিৰঞ্জন নিৰাকাৰ নিৰাময় নেদেখাজন নেদেখাজনা পতিত-পাবন পূৰ্ণানন্দ প্ৰভু প্ৰাণনাথ পৰমপিতা পৰমপুৰুষ পৰমব্ৰহ্ম পৰমাত্মা পৰমানন্দ পৰমেশ্বৰ পৰাৎপৰ পৰেশ বিধাতা বিভু বিশ্ব খনিকৰ বিশ্বস্ৰষ্টা বিশ্বাত্মা বিৰাট পুৰুষ ব্ৰহ্ম ভগৱন্ত ভগৱান ভাগ্যদেৱতা ভাগ্যনিয়ন্তা ভাগ্যবিধাতা ভুৱনেশ্বৰ মহাপ্ৰভু মহিমাময় সচ্চিদানন্দ সত্যেন্দ্ৰনাথ সদানন্দ সনাতন সুৰী সৃষ্টিকৰ্ত্তা স্বয়ম্ভু সৰ্বেশ্বৰ হৰি
    Mising:
    Khasi:
    Garo:
    Meeteilon:
    Mizo (Lushai):
    Karbi:
    Hmar:
    TAI-Phake:
    TAI-Turung:

    Related Idea:

    a. Common Noun-Common: deityGodঅগ্নিজিহ্বাঅগ্নিমুখঅদিতিজ...
    b. Abstract Noun: omnipresentubiquitousসৰ্ববিদ্যমানসৰ্বব্যাপকসৰ্বব্যাপী...