নম্বৰ (Assamese) [ Roman: nom.bor]
    plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খিনি, -টো
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-19
    1. (Abstract Noun) a word or symbol, or a combination of words or symbols, used in counting or in noting a total. গণনা কৰিবলৈ বা মুঠ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা এক শব্দ বা চিহ্ন, বা দুয়ো একেলগে
    Contributed by: Bikram M Baruah on 2014-07-28
    2. (Abstract Noun) A measure of success in a game or sports or examination. কোনো খেল বা পৰীক্ষাৰ সফল হোৱাৰ হিচাপ৷