mark (English) [ IPA: ˈmɑrk ASM: মাৰ্ক]
    1. (Abstract Noun) something used for or regarded as representing something else; a material object representing something, often something immaterial. কিহবাক প্ৰতিনিধিত্ব কৰিবলৈ ব্যৱহাৰ কৰা বা কিহবাক সূচোৱা বুলি ধৰা আন কোনো বস্তু।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-04-04
    2. (Abstract Noun) indication of the presence of something that is no longer present or in existence. পূৰ্বতে থকা কোনো বস্তুৰ একেবাৰে অস্তিত্ব নথকা বা ধৰিব নোৱাৰা অৱস্থা হোৱা ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-24
    3. (Verb-Trans.) to cut (not deeply) at several places on the surface (of fish, meat etc.) (মাছ, মঙহ আদিৰ) পৃষ্ঠৰ একাধিক স্থানত (অগভীৰভাৱে) আঁক্ দি কাট্
    English:
    Contributed by: Bikram M Baruah on 2014-07-28
    4. (Abstract Noun) A measure of success in a game or sports or examination. কোনো খেল বা পৰীক্ষাৰ সফল হোৱাৰ হিচাপ৷
    Contributed by: Bhadra Brahma on 2025-03-17
    5. (Verb-Trans.) Drawing of a dot or line to indicate a measure on a surface. তাঁত বাতি টানাৰ পিছত কাপোৰ দৈৰ্ঘ্যৰ অনুপাতে চিন বা দাগ দিয়া৷