নাহিold (Assamese) [ Roman: na.hi]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-24
    1. (Adverb) a negative word used to express dissent, denial, or refusal, as in response to a question or request. কোনো প্ৰশ্ন বা অনুৰোধৰ সঁহাৰি হিচাপে অসন্মতি, প্ৰত্যাখ্যান বা অস্বীকাৰ কৰা বুজাবলৈ ব্যৱহাৰ কৰা এক নেতিবাচক শব্দ।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-18
    2. (Material Noun-Neuter) the sharp tip of a knife. দা-কটাৰী আদিৰ জোঙা আগটো।

    Description
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-18
    3. (Verb-Trans.) the word used to express absence of something. কোনো বস্তু নোহোৱা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।