পিতৃপুৰুষ (Assamese) [ Roman: pi.tri.pu.rux]
    Contributed by: Partha P Sarmah on 2007-11-13
    1. (Common Noun-Masculine) male ancestor; men who you are descended from, especially those who lived long ago. কাৰোবাৰ বংশৰ উপৰি পুৰুষ৷ ককা,আজোককা,পিতামহ আদি যাৰ জৰিয়তে পৰবৰ্তী প্ৰজন্ম সমূহৰ জন্ম হৈছিল