বোকা (Assamese) [ Roman: bo'.ka]
Contributed by: Benjamin Kaman on 2010-01-29
1. Geology(Material Noun-Neuter) A fine-grained, firm earthy material that is plastic when wet and hardens when heated, consisting primarily of hydrated silicates of aluminum and widely used in making bricks, tiles, and pottery.
মিহি মাটিৰ কণাৰে গঠিত পদাৰ্থ যি তিতি থকা অৱস্থাত ঢিলা আৰু সোপোকা কিন্তু তপতালে টান হৈ পৰে। ইয়াৰে ইটা, মাটিৰ পাত্ৰ আদি তৈয়াৰ কৰা হয়।
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
2. Geology(Material Noun-Neuter) Wet, sticky, soft earth, as on the banks of a river. নদীৰ পাৰত থকাৰ দৰে তিতা, আঠালতীয়া, কোমল মাটিবোকা (Bangla)
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-02-19
3. (Proper Adj.-Common) Tending to make poor decisions or careless mistakes যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷