pit (English) [ IPA: ˈpɪt ASM: পিট]
    Contributed by: Joy Sagar Murmu on 2024-06-16
    1. Geology(Material Noun-Neuter) Wet, sticky, soft earth, as on the banks of a river. নদীৰ পাৰত থকাৰ দৰে তিতা, আঠালতীয়া, কোমল মাটি
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
    2. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-16
    3. (Abstract Noun) a place full of filth or mud of urine and excreta of animals জন্তুৰ মল-মূত্ৰৰ পৰা হোৱা বোকাৰে পৰিপূৰ্ণ ঠাই