বৰ্ণ (Assamese) [ Roman: bor.no]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-04-03
    1. (Abstract Noun) That aspect of things that is caused by differing qualities of the light reflected or emitted by them যিকোনো বস্তুৰ এনে এটা ধৰ্ম, যিটো বস্তুটোৱে পোহৰৰ বিভিন্ন গুণ প্ৰতিফলন বা বিচ্ছুৰিত কৰাৰ বাবে দেখা যায়
    Contributed by: Rupankar Mahanta on 2006-04-03
    2. (Abstract Noun) a social group limited to persons of the same rank, occupation, economic position একে খিতাপ, জীৱিকা বা আৰ্থিক স্থিতিৰ মানুহৰ এটা সামাজিক গোট
    3. (Abstract Noun) symbols to convey meanings অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন