जात (Bodo) [ Roman: zat]
    Contributed by: Bhadra Brahma on 2025-03-19
    1. (Abstract Noun) A group of organisms capable of interbreeding and producing fertile offspring. একে ধৰণৰ প্ৰাণীৰ গোটসমূহ,যিয়ে নিজৰ মাজতে জৈৱিক মিলনৰ দ্বাৰা প্ৰজননক্ষম উত্তৰ পুৰুষ সৃষ্টি কৰিব পাৰে।

    जात (Nepali)
    Contributed by: Sitaram Upadhyaya on 2015-06-28
    2. (Abstract Noun) a social group limited to persons of the same rank, occupation, economic position একে খিতাপ, জীৱিকা বা আৰ্থিক স্থিতিৰ মানুহৰ এটা সামাজিক গোট