সহ (Assamese) [ Roman: xo.ho]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
    1. (Conjuction) accompanied by; in some particular relation to একেলগ হৈ; কোনো বিশেষ সম্পৰ্ক ৰাখি
    2. (Verb-Trans.) to accept the pain or discomfort by attempting to ignore it বেদনা বা কষ্ট উলাই কৰিবলৈ চেষ্টা কৰি স্বীকাৰ কৰা
    Contributed by: Bikram M Baruah on 2021-02-14
    3. (Suffix) a suffix to denote with, containing এটা উপসৰ্ঘ যি লগত থকা বা অন্তৰ্ভুক্ত হৈ থকা বুজাই
    Assamese:

    Example Sentences:

    1. তোৰসহ সকলোলৈকে মই উপহাৰ আনিছো।