areca nut (English) [ IPA: əˈriːkə ˈnət ASM: এৰিকা নাট]
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
    1. Vegetables(Common Noun) The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant. তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Material Noun-Neuter) dry Areca Nut নোগোৰোৱাকৈ শুকাই থোৱা তামোল