mouse (English) [ IPA: ˈmæʊs ASM: মাউচ]
    1. Animal(Common Noun) any of numerous small Old World rodents of the family Muridae, esp. of the genus Mus, introduced widely in other parts of the world. মিউৰাইদি পৰিয়ালৰ অন্তৰ্গত এন্দুৰ জাতীয় এক সৰু প্ৰাণী, বিশেষকৈ যি মাচ প্ৰজাতিৰ অন্তৰ্গত আৰু পৃথিৱীৰ নানান ঠাইত উপলব্ধ
    Contributed by: Bikram M Baruah on 2006-03-17
    2. (Material Noun-Neuter) a palm-sized device with rolling wheels or balls used in a computer system to point out an icon or any item on the screen. কম্পিউটাৰ মণিটৰৰ পৰ্দাত সংকেত দিয়াৰ বাবে ব্যৱহাৰ কৰা হাতৰ তলুৱাত খাপ খোৱাকৈ তৈয়াৰী এক সঁজুলি।

    English:
    Assamese: