tailor (English) [ IPA: ˈteɪlər ASM: টেইলৰ]
Contributed by: Bikram M Baruah on 2006-11-01
1. (Common Noun-Masculine) one whose occupation is sewing clothes যি কাপোৰ চিলাই পেট পবৰ্তায়৷
English:
Khasi:
Garo:
Meeteilon:
Nagamese:
Dimasa:
TAI-Ahom:
Opp. Gender:
a. Common Noun-Feminine: seamstresssempstressকাজীদৰ্জিনীভাজনী...Contributed by: Partha P Sarmah on 2006-11-01
2. (Verb-Trans.) to make garments according to need and size.To make something e.g. a course etc. for a particular purpose and individual needs. কাপোৰ কাটি গাইগুটীয়া প্ৰয়োজন বা জোখ অনুসৰি চোলা, পটলুং, চুৰিদাৰ আদি তৈয়াৰ কৰা৷ ইংৰাজীত tailor ৰ এক অতিৰিক্ত অৰ্থতো ব্যৱহাৰ হয়:কিবা পাঠ্যক্ৰম, কৰ্ম/ ভ্ৰমণ সূচী আদি গাইগুটীয়া প্ৰয়োজন অনুসৰি তৈয়াৰ/প্ৰস্তুত কৰা৷ অসমীয়াত ইয়াৰ বাবে 'সজোৱা' বা 'প্ৰস্তুত কৰা'ব্যৱহাৰ কৰা হয়৷