take: (Mising) [ Roman: ta.keh ASM: তাকে:]
    Contributed by: Anjali Sonowal on 2008-08-05
    1. PlantsSpices(Common Noun-Neuter) A plant or its root of tropical southeast Asia having yellowish-green flowers and a pungent aromatic rhizome. দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষত্ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ বা তাৰ শিপা