Items in Visual Art
1. Visual Art(Material Noun-Neuter) A drawing with colors and with artistic value. কলাত্মক ৰঙীন অংকন
Assamese: চিত্ৰ, চিত্ৰকৰ্ম, চিত্ৰফলক, ছবি,
Bodo: गाब गानाय, सावगारि,
Meeteilon: laiyek,
Dimasa: akhiyaba
Different POS:
a. Common Noun-Common: painter, চিত্ৰকৰ, सावगारि आखिग्रा, laiyekpa...b. Verbal Adj.: drawn, painted, অংকিত, অঙ্কিত, চিত্ৰিত...
Related Idea:
c. Common Noun-Masculine: M. F. Husain, Maqbool Fida Husain, এম. এফ. হুছেইন, মকবুল ফিদা হুছেইন...d. Material Noun-Neuter: diagram, drawing, layout, আলেখ্য, চিত্ৰ...
e. Common Noun-Common: painter, চিত্ৰকৰ, सावगारि आखिग्रा, laiyekpa...
2. Visual Art(Material Noun-Neuter) a brush for applying paint
চিত্রকৰ বা খনিকৰে মূৰ্ত্তি আঁকিবলৈ ব্যৱহাৰ কৰা যতন ।
Assamese: তুলি, তুলিকা, তূলী, বুৰুজ, লিখনী,
Bodo: ब्रुश,
Khasi: ka brut,
Garo: dokpronga, itroka,
Dimasa: brash,
Deori: আকিচ্চ
3. Visual Art(Abstract Noun) a technique of composing a work of art by pasting on a single surface various materials not normally associated with one another, as newspaper clippings, parts of photographs, theater tickets, and fragments of an envelope সাধাৰণতে পৰস্পৰ কোনো সম্পৰ্ক নথকা কেতবোৰ চিত্ৰ বা আন বস্তু, যেনেঃ বাতৰি কাগজৰ পৰা কটা টুকুৰা, আলোক চিত্ৰৰ কিয়দাংশ, ছবিঘৰৰ প্ৰৱেশপত্ৰৰ টুকুৰা, লেফাফাৰ এক অংশ, আদি সংযোজিত কৰি ৰচনা কৰা কলাত্মক কৰ্মৰ এক পদ্ধতি
4. Visual Art(Abstract Noun) a sketch or drawing, usually humorous, as in a newspaper or periodical, symbolizing, satirizing, or caricaturing some action, subject, or person of popular interest. খুহুঁতীয়া বা হাঁহি-উঠা ছবি, বিশেষকৈ বাতৰি কাকত বা আলোচনীত প্ৰকাশিত কোনো গুৰুত্বপূৰ্ণ ব্যক্তি, ঘটনা বা বিষয়ক ভেঙুচালি কৰি অঁকা
5. Visual Art(Common Noun-Common) One who draw/paint pictures যি চিত্ৰ অংকণ কৰে৷
Assamese: চিত্ৰকৰ,
Bodo: सावगारि आखिग्रा,
Meeteilon: laiyekpa
Different POS:
a. Material Noun-Neuter: painting, চিত্ৰ, চিত্ৰকৰ্ম, চিত্ৰফলক, ছবি...Related Idea:
b. Material Noun-Neuter: painting, চিত্ৰ, চিত্ৰকৰ্ম, চিত্ৰফলক, ছবি...
6. PersonalitiesVisual Art(Common Noun-Masculine) Maqbool Fida Husain (17 September 1915 – 9 June 2011) commonly known as MF, was an eminent Indian painter. According to Forbes magazine, he has been regarded as the "Picasso of India".Husain was associated with Indian modernism in the 1940s. After a long career, in 1996, when Husain was 81 years old, controversy arose over paintings originally created in the 1970s which were interpreted by some as being anti-Hindu. After legal cases and death threats in his home country, he was on a self imposed exile from 2006. In January 2010, he was offered the citizenship of Qatar, which he accepted. Husain first became well-known as an artist in the late 1940s. In 1947, he joined the Progressive Artists' Group, founded by Francis Newton Souza. In 1952, his first solo exhibition was held at Zürich and over the next few years, his work was widely seen in Europe and the US In 1955, he was awarded the prestigious Padma Shri award by the Government of India. In 1967, he made his first film, Through the Eyes of a Painter. It was shown at the Berlin Film Festival and won a Golden Bear.M. F. Husain was a special invitee along with Pablo Picasso at the Sao Paulo Biennial in 1971. He has been awarded the Padma Bhushan in 1973 and was nominated to the Rajya Sabha in 1986. He was awarded the Padma Vibhushan in 1991. M F Husain died aged 95 on 9 June 2011 after being unwell for several months. He died at the Royal Brompton Hospital in London, and is due to be buried in the city on 10 June 2011. মকবুল ফিদা হুছেইন (জন্ম- ছেপ্টেম্বৰ ১৭, ১৯১৫, মৃত্যু-জুন ৯, ২০১১) ভাৰতৰ এজন অতি জনপ্ৰিয় চিত্ৰশিল্পী৷ মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল৷ স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে৷ ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ’ আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল৷ অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল৷ ১৯৬৭ চনত নিৰ্মান কৰা তেওঁৰ প্ৰথমখন চিনেমা ’থ্ৰু দ্য মাইণ্ডঅৱ এ পেইণ্টাৰ’-এ বাৰ্লিন চলচিত্ৰ মহোত্সৱত ’গ’ল্ডেন বিয়েৰ বঁটা’ লাভ কৰিছিল৷ পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ ’মীনাক্ষী : এ টেল অৱ থ্ৰী চিটিজ’ আৰু মাধুৰীক নায়িকাৰূপে লৈ ’গজগামিনী নিৰ্মান কৰিছিল৷ কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৫৫ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়৷ ১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়৷ বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে৷ তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়৷ ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে৷
Assamese: এম. এফ. হুছেইন, মকবুল ফিদা হুছেইন
Related Idea:
a. Material Noun-Neuter: painting, চিত্ৰ, চিত্ৰকৰ্ম, চিত্ৰফলক, ছবি...
7. Visual Art(Verbal Noun) the art, practice, or occupation of taking and printing photographs, making cine films, etc. কেমেৰাৰ সহায়ত আলোকচিত্ৰ আহৰণ কৰা কলা, বিদ্যা বা বৃত্তি
Assamese: চিত্ৰগ্ৰহণ, ফটো-তোলা
Different POS:
a. Abstract Noun: photo, photograph, আলোকচিত্ৰ, ফটো, ফটোগ্ৰাফ...
8. Visual Art(Abstract Noun) The study of the details of paintings, drawings etc ১) বিশেষকৈ কোনো ধৰ্মীয় বিষয়বস্তুৰ ব্যাখ্যাৰ্থে বা দৃষ্টান্ত স্বৰূপে অঙ্কিত চিত্ৰ , নক্সা বা প্ৰতিক চিত্ৰ৷ ২) চিত্ৰাঙ্কণ বিদ্যা অথবা শাস্ত্ৰ৷
9. Visual Art(Material Noun-Neuter) a musical instrument with a pear-shaped wooden body and a fretted neck
নাচপতি-আকৃতিৰ কাঠৰ মূল অংশ আৰু অলঙ্কৃত ডিঙিৰে সৈতে এক তাঁৰযুক্ত বাদ্য
10. Visual Art(Verb-Trans.) A tattoo is a form of body modification made by inserting tattoo ink, dyes, and/or pigments, either indelible or temporary, into the dermis layer of the skin to form a design.