नाना खांखिला

ना थेंगोना (Bodo) [ Roman: na theng.gw.na]
Contributed by: Bhadra Kumar Brahma on 2025-03-30
1. Fish(Common Noun-Common) Mystus vittatus is a freshwater small fish having two sharp pointed barb just behind the head. It is belonging to the catfish family. আৰি মাছৰ দৰে এবিধ সৰু মাছ ৷ ইয়াৰ ডিঙিৰ দাঁতিত দুটা শিঙৰ দৰে জোঙা কাঁইট আছে ৷ ই দেখিবলৈ বগা আৰু মুগা বৰণৰ ৷