গেষ্ট্ৰিকগেৰ
গেড়ি (Assamese) [ Roman: ge.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
English: holler, scream, shout,
Assamese: আটাহ, আতাহ্ bo , আৰাও, আৰাৱ, আৰ্তনাদ, আৰ্ত্তৰাৱ, আৰ্তৰাৱ, গেড়ি, গেৰি, চিঞৰ, চিৎকাৰ, ডেডাউৰি, বিৰাৱ, ৰাৱ,
Bodo: होसिख्राव,
Mising: jeto,
Khasi: pyrta,
Garo: chrika, chrikwata,
Meeteilon: laoba,
Karbi: sarlang,
Nagamese: siwor,
Dimasa: jirigkhaoba,
TAI-Ahom: ঈ ঊ, ছিন্,
Bangla: চিৎকার, চেঁচানো
গেড়ি (Assamese) [ Roman: ge.ri]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) A loud burst of voice or voices; a vehement and sudden outcry, especially of a multitudes expressing joy, triumph, exultation, or animated courage এক বা ততোধিক মাতৰ সজোৰ আস্ফালন, হঠাতে জোৰে কৰা শব্দ, বিশেষকৈ আনন্দ, উলাহ, বিজয়ৰ আনন্দ বা উল্লাস প্ৰকাশ কৰাৰ অৰ্থেAssamese: আটাহ, আতাহ্ bo , আৰাও, আৰাৱ, আৰ্তনাদ, আৰ্ত্তৰাৱ, আৰ্তৰাৱ, গেড়ি, গেৰি, চিঞৰ, চিৎকাৰ, ডেডাউৰি, বিৰাৱ, ৰাৱ,
Bodo: होसिख्राव,
Mising: jeto,
Khasi: pyrta,
Garo: chrika, chrikwata,
Meeteilon: laoba,
Karbi: sarlang,
Nagamese: siwor,
Dimasa: jirigkhaoba,
TAI-Ahom: ঈ ঊ, ছিন্,
Bangla: চিৎকার, চেঁচানো