গ’লফ (Assamese) [ Roman: go``lf]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Atul Ch. Kakoti on 2009-09-06
    1. (Proper Noun) A sports which is played by a flat ended strike and a ball. Players attempt to hit the balls with the strike, so that they can put the ball into each hole on a golf course with fewest number of strokes. এমূৰত সামান্য চেপেতা কৰা মাৰি এডালৰে সৰু বল এটা লৈ খেলা খেল ৷ খেলুৱৈ সকলে মাৰি ডালৰ চেপেতা অংশটোৰে বলটো মৰিয়াই খেল পথাৰৰ আনটো মূৰত থকা গাঁতত সুমোৱাবলৈ চেষ্টা কৰে ৷