ধাৰনাতীতধাৰা ধাৰলৈ দে (Assamese) Contributed by: Bikram M Baruah on 2021-02-04 1. (Verb-Trans.) to allow temporary use of a property at a price. কোনো সম্পত্তি কোনো মূল্যত অস্থায়ীভাৱে ব্যৱহাৰ কৰিবলৈ দিয়া৷ English: lend, Assamese: ঋণত দে, ধাৰত দে, ধাৰলৈ দে, ধাৰে দে, Bodo: दाहार होनाय, Mising: bipong, Khasi: aiwai, Mizo (Lushai): hawh, TAI-Khamti: ku-chik