শীতক (Assamese) [ Roman: xi.tok]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Rupankar Mahanta on 2008-01-26
1. (Material Noun-Neuter) a cooling substance, such as ice or solid carbon dioxide, used in a refrigerator বৰফ বা কঠিন কাৰ্বন-ডাই-অক্সাইদৰ দৰে শীতলীকৰণ যন্ত্ৰত ব্যৱহাৰ কৰা এক ঠাণ্ডা কৰা পদাৰ্থ
English:
2. Chemistry(Material Noun-Neuter) a device for abstracting heat, as in a refrigeration unit; an apparatus for reducing gases to their liquid or solid form by the abstraction of heat
তাপ অপসাৰণ কৰাৰ বাবে ব্যৱহৃত এটা যন্ত্ৰ, যেনে শীতলীকৰণ এককত ব্যৱহৃত যন্ত্ৰ; তাপ অপসাৰণৰ জৰিয়তে গেছক তাৰ তৰল বা কঠিন ৰূপলৈ পৰিৱৰ্তন কৰা এটা সঁজুলি।