namingnamja
Namita Bhattacharjee (English) [ IPA: Namita Bhattacharjee ASM: নমিতা ভট্টাচাৰ্যী]
Contributed by: Partha P Sarmah on 2011-08-24
Namita Bhattacharjee (English) [ IPA: Namita Bhattacharjee ASM: নমিতা ভট্টাচাৰ্যী]
Contributed by: Partha P Sarmah on 2011-08-24
1. PersonalitiesMusic(Proper Noun-Feminine) a very famous and popular female voice in Assamese music. অসমৰ এগৰাকী বিখ্যাত, জনপ্ৰিয় আৰু সুৱদী কণ্ঠৰ গায়িকা৷ ’আলি ঢাকি পৰ শালিকী’, ’পীৰিতি নামৰে তিনিটি আখৰ ঐ’ আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷