habeas corpus (English) [ IPA: habeas ˈkɔrpəs ASM: হেবিয়াচ কৰপাচ]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2007-03-31
    1. (Abstract Noun) a writ issued to bring or produce a prisoner in person before a high court to ensure that his imprisonment or detention is not illegal. কোনো বন্দীৰ কাৰাবাস বা আটককৰণ অবৈধ নহয় বুলি নিশ্চিত কৰিবলৈ তেওঁক সোঁশৰীৰে উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱাবলৈ দিয়া এক পৰমাদেশ।