historical novel (English)
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Himasri Das on 2023-08-25
    1. (Abstract Noun) a literary genre that portrays events that occurred in the past. It strives to accurately depict the time period`s social norms, customs, manners, and traditions for authenticity. অতীতত সংঘটিত হোৱা পৰিঘটনাক চিত্ৰিত কৰা সাহিত্যিক ধাৰা৷ ইয়াত সময়কালৰ সামাজিক নীতি-নিয়ম, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আৰু পৰম্পৰাক প্ৰামাণ্যতাৰ বাবে সঠিকভাৱে চিত্ৰিত কৰিবলৈ চেষ্টা কৰা হয়৷