younger brother (English) [ IPA: ˈjəŋgər ˈbrəðər ASM: য়ংগাৰ ব্ৰাডাৰ]
    Contributed by: Bikram M Baruah on 2007-08-08
    1. (Common Noun-Masculine) A brother (may or may not be of same parents) who is younger than yourself. নিজতকৈ বয়সত সৰু ভাতৃ৷ কেতিয়াবা নিজৰ সহোদৰ নহলেও এনেদৰে সম্বোধন কৰা হয়৷