নিবাৰনিবাৰণৰ নিবাৰণ (Assamese) [ Roman: ni.ba.ron] 1. (Verbal Noun) act of taking advance measures against something possible or probable সম্ভাৱ্য বা ভৱিষ্যতে হ’বলগীয়া কোনো ঘটনাৰ বিৰুদ্ধে আগতীয়াকৈ ব্যৱস্থা লোৱা কাৰ্য্য English: prevention, Assamese: নিবাৰণ, প্ৰতিষেধন