পঞ্চপ্ৰাণপঞ্চবাৰ্ষিক
পঞ্চবাণ (Assamese) [ Roman: pon.so.ban]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-11
Assamese: পঞ্চবাণ
পঞ্চবাণ (Assamese) [ Roman: pon.so.ban]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-11
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) the five arrows of the Indian Cupid. পুৰুষ আৰু নাৰীৰ মাজত প্ৰীতিভাৱ জন্মোৱা কামদেৱৰ পাঁচপাত শৰ [উন্মাদন, তাপন, শোষণ, সম্মোহন আৰু স্তম্ভন]