Donate
পঞ্চাশীতিতমপঞ্চোপচাৰ

পঞ্চায়ত (Assamese) [ Roman: pon.sa.yot]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-07
Ref: হেমকোষ (পুৰণি)
1. (Abstract Noun) a body of persons appointed to decide a case either by the parties themselves or by the orders of the authorities. গোচৰ সুধিবৰ নিমিত্তে গুচৰীয়া পদকীয়াই বাচি লোৱা বা দেশৰ গৰাকীয়ে পতা মেলুৱৈৰ সমাজ
English: panchayat,
Assamese: পঞ্চায়ত