Donate
ব্যাকৰণসংগতব্যাকৰণসিদ্ধ

ব্যাকৰণসঙ্গত (Assamese) [ Roman: bya.ko.ron.xong.got]
alt: ব্যাকৰণসংগত
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2009-01-29
1. (Adjective Adj.) relating to and determined by the grammar (of a particular language). কোনো এক ভাষাৰ ব্যাকৰণৰ সৈতে জড়িত বা ইয়াৰ দ্বাৰা নিৰ্ধাৰিত৷ বাক্য এটা সেই ভাষাৰ ব্যাকৰণৰ নীতি নিয়ম অনুসাৰে শুদ্ধ হোৱা বা নোহোৱা৷