Found 1 proverb(s) beginning with "ঝ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
ঝটপট কৰিলে জটৰ-পটৰ লাগে ৷
A work done in fuss or hurry takes more time and labour than the work done in normal speed.
কোনো কাম খৰখেদাকৈ কৰি শেষ কৰিব বিচাৰিলে, তাত খেলিমেলি বেচিকৈ লাগে আৰু শুধৰণিৰ প্ৰয়োজনত সেই কাম পুনৰ কৰিব লগীয়া হয়, ফলস্বৰূপে অতিৰিক্ত সময়হে খৰচ হয় ৷