Found 11 proverb(s) beginning with "ঢ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
ঢাপলি মেল ৷
To start a journey in certain direction with strong will or force.
কোনো নিদিৰ্ষ্ট দিশত জোৰেৰে আগবাঢ়ি যা ৷
কোনো নিদিৰ্ষ্ট দিশত জোৰেৰে আগবাঢ়ি যা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ
The situation when one cannot perform a given task due to non-availability of appropriate tools.
উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা
উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
ঢিলা পাই ঠিলা মৰা
To cause harm to someone or to fulfil one's selfish interest taking advantage of his/her weakness
কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা
কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
ঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।
Ones work portfolio can not be changed even he goes to a new place.
ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়।
ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
Contributed by: Bikram M Baruah on 2025-01-27
ঢোকাত কল, কলত ঢোকা ৰোৱা৷
The support pillar, used to support banana plant to prevent it from falling down by the wait of it' fruit, stand on ground by the weight of the plant itself. So, the proverb mean to survive on each other's support.
কল গছ কলৰ ভৰত পৰি নাযাবলৈ যি ঢোকা দিয়া হয়, সি কলগছৰ ভৰতে থিয় হৈ থাকে৷ গতিকে ই ইজনে সিজনৰ সহায়ত বৰ্তি থকা বুজায়৷
কল গছ কলৰ ভৰত পৰি নাযাবলৈ যি ঢোকা দিয়া হয়, সি কলগছৰ ভৰতে থিয় হৈ থাকে৷ গতিকে ই ইজনে সিজনৰ সহায়ত বৰ্তি থকা বুজায়৷
Contributed by: Bikram M Baruah on 2025-01-27
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
ঢোলৰ দৰে নহৈ ভৰা কলহৰ দৰে হোৱা ৷
Empty vessel sounds much.
ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷
ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷
A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.
দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷
দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
ঢোলৰ লগত টেমেকা
A mean adherent, follower or blind supporter; a sycophant
ডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ
ডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-03
ঢোৰা সাপৰ ফোঁচফোঁচনিয়েই সাৰ
All Bark And No Bite:
When someone is threatening and/or aggressive but not willing to engage in a fight.
কিছুমান মানুহে আনক ভয় খুৱাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইবোৰ কামলৈ হ’লে একো নাই
কিছুমান মানুহে আনক ভয় খুৱাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইবোৰ কামলৈ হ’লে একো নাই
Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
Contributed by: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22
ঢৌতে খৰ মাৰ
taking some time off from a busy schedule
কামৰ মাজেত সময় উলিয়া
কামৰ মাজেত সময় উলিয়া
Contributed by: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
ঢৌতে খৰ মৰা
To accomplish an additional task in the process of performing one
এটা কাম কৰিবলৈ যাওঁতে সুবিধা পাই আন এটা কামো সিদ্ধ কৰা