Xobdo Learn > Course-01 > L0113 >

Lesson-0113 : ৎ ং ঃ ঁ

New Alphabets/Symbols:

ৎ = hasanta ta (sudden stop after ত 'to')

ং = anusor (like ঙ (ng), but at the end of the word

ঃ = bixorgo (the 'ah' sound)

= chandrabindu (the nasal sound)


Some additional symbols:

’ = urdho coma  (like apostrophe, makes a milder sound) 

ৰেফ

ৰ-কাৰ

য-কাৰ


Punctuations

৷ = dari (like the full-stop)

, = comma


ৎ = hasanta to

This symbol is like a 'T' with a very sudden stop.

হঠাৎ = hothatt, মহৎ = mohott

Please read the followings...

হঠাৎ, অৰ্থাৎ, মহৎ, সৎ, অসৎ, ঐৰাৱৎ,


কলাবৎ, কাচিৎ, ক্ষুৎ, দৈৱাৎ, 


ফুৰচৎ, বাৰিৎ, যোষিৎ


ং = anusor

This symbol is like 'ong' of the English word - long.

খং = khong, দাং = dang

Please read the followings:
খং, চং, ঢং, বং, লং, ৰং

অভং, অহং, আপং, আলং, ইদং, উদং, উভং,
 
ওপং, কলং, খাং, গাং, গৰং, ঘোং, চলং, চাং
,
চেং, চোং, জাং, জেং, জোং, টিং, ঠেং, ডাং,

ডোং, তাং, তৰং, দলং, দাং, দোং, পাং, পুং,

পেং, ফাং, বেং, বৰং, ভাং, মৰং, লহং,

লাং, লেং, লোং, শিং, শুং, সাং, হিং, ৰাং

দলং, আফিং, এলেং, খৰাং, চকলং, তৰাং, পহলং, ফৰিং, বায়ং, বিতং, মৃদং



ঃ = bixorgo

This symbol is adding "ah" at the end of the word. For example..

আঃ = aah

পুনঃ = punoh


Please read the followings:

আঃ, ইঃ, আঃ
অধঃ, আপাততঃ, চতুঃ, ছিঃ ছিঃ, তমঃ, দৈৱবশতঃ, নভঃ, পাথঃ, পুনঃ পুনঃ, ফলতঃ, ফুঃ, বহিঃ, বাঃ বাঃ, বিশেষতঃ, ভুলবশতঃ, মূখ্যতঃ, যাঃ, শনৈঃ, সাধাৰণতঃ, সৰঃ, ৰজঃ, ৰেতঃ, ৰোচঃ, ৰোদঃ



ঁ = chandro-bindu (moon & dot)

It gives a nasal sound to the word. For example...

আঁঠু = a~.thu or aa(n).thu

জঁকা = jo~.ka or jo(n).ka


Please read the followings:
অঁকা, অঁটা, অঁতা, অঁৰা, আঁওচ, আঁক্, আঁখি, আঁচল, আঁচু, আঁটি, আঁট্, আঁঠু, আঁতৰ, আঁহত, আঁৰত, আঁৰল, আঁৰ্, উঁৱৈ, এঁটা, কঁথা, কঁপা, খঁৰা, ঘঁটি, ঘঁহন, চঁছ্, চঁফ্, চঁহা, জঁকা, জঁপা, ডঁহা, পঁচা, পঁচি, পঁজা, বঁটা, যঁজা, যঁতৰ, শঁতা, সঁচা, সঁজা, সঁতা

’ = urdho coma

It gives a slight "U" like sound to the word. The sound is milder  than "u", but stronger than "o".

ক’ত = ko``t = kout

চ’ত = so``t = sout


Please read the followings:

ক’ত, চ’ত, ত’ত, ব’ল, ম’হ, য’ত, হ’ল, ৰ’দ, ৰ’ল
ক’তা, ক’তো, ক’লা, ক’লী, ক’লৈ, গ’লফ, দ’তি, দ’মা, দ’লৈ, প’লা, ম’ৰা, ল’ৰা, ৰ’দা


ৰেফ = ref

This small symbol at the top of a letter give the 'r' sound in front of the letter. For example...

অৰ্গল = or.gol

কৰ্তা = kor.ta

Please read the followings:

অৰ্গল, অৰ্চন, অৰ্ণৱ, অৰ্পণ, অৰ্হণ, অৰ্হৰ, আৰ্ঘা, আৰ্চী, আৰ্জন, আৰ্জী, আৰ্জৱ, আৰ্হত, আৰ্হি, ইৰ্ষা, ঈৰ্ষা, ঈৰ্ষী, উৰ্দি, উৰ্দু, উৰ্বী, উৰ্বৰ, উৰ্হি, ঊৰ্ণা, কৰ্কট, কৰ্কশ, কৰ্ণক, কৰ্তন, কৰ্তা, কৰ্দম, কৰ্দৈ, কৰ্মঠ, কৰ্মী, কৰ্ষক, কৰ্ষণ, খৰ্চা, খৰ্পৰ, গৰ্জন, গৰ্জ্, গৰ্দন, গৰ্দভ, গৰ্বী, গৰ্হণ, ঘৰ্ষণ, চৰ্চা, চৰ্দি, চৰ্দী, চৰ্বত, চৰ্বি, ছৰ্দি, ছৰ্পত, ছৰ্বত, ঝৰ্ণা, তৰ্ক্, তৰ্জু, তৰ্পণ, দৰ্জা, দৰ্জি, দৰ্পণ, দৰ্পী, দৰ্শক, দৰ্শন, দৰ্শা, ধৰ্ণা, নৰ্তক, নৰ্ভৰ, পৰ্দা, পৰ্বত, বৰ্ছি, বৰ্জন, বৰ্ণা, বৰ্তি, বৰ্বৰ, বৰ্শা, বৰ্ষা, বৰ্হী, ভৰ্তি, মৰ্কট, মৰ্জা, মৰ্দন, মৰ্ষণ, শৰ্বৰ, শৰ্মা, সৰ্পি, সৰ্বহ

ৰ-কাৰ = (ro-kar)

This symbol gives a 'r' sound at the end of the letter. For example...

গ্ৰহ = gro.ho

The shape of some letters changes when  this symbol is added...

ক+ৰ = ক্ৰ (kro)

ভ+ৰ = ভ্ৰ (bhro)

ত+ৰ = ত্ৰ (tro)'


When added to স/শ/ষ, the sound becomes 'sro'.

Please read the followings...
ক্ৰম, ক্ৰয়, গ্ৰহ, ত্ৰি, ত্ৰয়, দ্ৰৱ, ফ্ৰক, ব্ৰণ, ব্ৰত, ভ্ৰম, ভ্ৰূ, শ্ৰম, শ্ৰী, স্ৰজ, হ্ৰদ, হ্ৰী


য-কাৰ = (zo-kar)

This symbol gives a 'yo' sound to the letter. For example...

কন্যা = ko.nya

Please read the followings...

অব্যয়, আদ্যা, আধ্যা, ইজ্যা, উদ্যত, উদ্যম, কন্যা, দস্যু, নধ্যম, নস্যি, পদ্যত, বন্যা, মধ্যম, মন্যু, শয্যা, সধ্যে, হত্যা