Items in Disorder
1. Disorder(Abstract Noun) the chronic tendency toward repetition of criminal or antisocial behavior patterns
বাৰে-অপৰাধ সংঘটিত কৰিব খোজা মনোবৃত্তি বা স্বভাৱ
বাৰে-অপৰাধ সংঘটিত কৰিব খোজা মনোবৃত্তি বা স্বভাৱ
2. Disorder(Abstract Noun) inability to produce offspring especially in the male.
সন্তান জন্ম দিব নোৱাৰা অৱস্থা, বিশেষকৈ পুৰুষৰ৷
সন্তান জন্ম দিব নোৱাৰা অৱস্থা, বিশেষকৈ পুৰুষৰ৷
3. Disorder(Abstract Noun) A type of brain disease that prevents one from recognizing and reading written words
লিখিত শব্দ চিনিব-পঢ়িব নোৱাৰা এক ধৰণৰ মগজুৰ ৰোগ
লিখিত শব্দ চিনিব-পঢ়িব নোৱাৰা এক ধৰণৰ মগজুৰ ৰোগ