abbugabdicate

ABC (English) [ IPA: ˌeɪbiːˈsiː ASM: এবিচি]
Contributed by: Partha P Sarmah on 2011-09-26
1. (Abstract Noun) all the letters of the alphabet, especially the way they are learnt by children or beginner. অ ফলা আৰু ক ফলাৰ সমগ্ৰ আখৰ/বৰ্ণ সমূহ, বিশেষকৈ শিশু বা ন শিকাৰুৱে শিকিবলৈ লোৱা ক্ৰম অনুসৰি৷
English: ABC,
Assamese: অআকখ

Contributed by: Partha P Sarmah on 2011-09-26
2. (Abstract Noun) the minimum basics of a subject or something e.g. He does not know the ABC of ... কোনো বিষয়ৰ তেনেই প্ৰাথমিক জ্ঞান, কিবা জনাৰ আৰম্ভনি৷
English: ABC,
Assamese: অআকখ