aerodromeaerolite

Aerodynamics (English)
Contributed by: Webmaster-II on 2017-09-15
1. (Abstract Noun) Dynamics of solid bodies moving through air গেচৰ শক্তি আৰু বল সম্বন্ধে আলোচনা কৰা বিজ্ঞানৰ এটা শাখা৷ চলি থকা বিমান এখনে বায়ুৰ ভিন ভিন অৱস্থাত কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় তাক বিজ্ঞানৰ এই শাখাই অধ্যয়ন কৰে৷