ajang mjangdiAjanta Cave

Ajanta (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-21
1. Art and Culture(Proper Noun-Neuter) The Ajanta Caves in Aurangabad district of Maharashtra state of India are about 30 rock-cut Buddhist cave monuments which date from the 2nd century BCE to about 480 or 650 CE. অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০ টা গুহা-স্তম্ভ৷ এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন৷ অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে৷