anglokAnglophobe

Anglophile (English) [ IPA: ˈæŋgləˌfaɪl ASM: এংলফাইল]
Contributed by: Partha P Sarmah on 2008-03-22
1. (Common Noun-Common &/or Masculine) a non British person who likes Britain or British things or the English language very much. ইংৰাজ বা ইংৰাজীৰ প্ৰতি বৰ ভাল ভাৱ থকা আৰু ইংৰাজী ভাৱ ধাৰা অনুকৰণ কৰিবলৈ চেষ্টা কৰা অইংৰাজ লোক৷