arangvoArappa

Aranyaka (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-07
1. Hinduism(Abstract Noun) Each Veda has been subclassified into four major text types – the Samhitas (mantras and benedictions), the Aranyakas (text on rituals, ceremonies, sacrifices and symbolic-sacrifices), the Brahmanas (commentaries on rituals, ceremonies and sacrifices), and the Upanishads (text discussing meditation, philosophy and spiritual knowledge). Some scholars add fifth category – the Upasanas (worship). প্ৰতিখন বেদ যি ৪ ধৰণৰ গ্ৰন্থৰ সমষ্টি তাৰ এখন হল আৰণ্যক৷ ঋক, যজু, সাম, অথৰ্ব— প্ৰতিখন বেদ এটি সংহিতা (শ্লোক সংকলন), এটি ব্ৰাহ্মণ (প্ৰাৰ্থনাসমূহৰ গদ্য ব্যাখ্যা) আৰু ব্ৰাহ্মণৰ দুটি পৰিশিষ্ট— আৰণ্যক আৰু উপনিষদ—লৈ গঠিত৷
English: Aranyaka,
Assamese: আৰণ্যক