baktongbal

Bakul (English) [ IPA: Bakul ASM: বকুল]
Contributed by: Atul Ch. Kakoti on 2010-06-24
1. Flowers(Common Noun-Neuter) A kind of large shrub, that bears small berry-like edible fruits. The flower`s able to hold their fragrance for many days after they fall from the tree. ই এবিধ ডাঙৰ প্ৰজাতিৰ চিৰ সেউজীয়া গছ ৷ ইয়াৰ পাতবোৰ মিহি আৰু মধ্যমীয়া আকাৰৰ ৷ সৰু সৰু বগা ফুলবোৰ সৰাৰ পাচতো বহু দিনলৈ গোন্ধ থাকে ৷ পকিলে ৰঙচুৱা হোৱা সৰু সৰু ফলবোৰ খাদ্যৰ উপযোগী ৷
English: Bakul, Indian Medlar,
Assamese: বকুল