bhikhuaBhimbar Deori

Bhim (English) [ IPA: ভীম ASM: ভীম]
Contributed by: Partha P Sarmah on 2008-12-03
1. (Proper Noun-Masculine) the second brother of the Pandavas. He is known for his superhuman physical strength. পঞ্চপাণ্ডৱৰ দ্বিতীয় ভ্ৰাতৃ৷ তেওঁৰ দেৱপিতৃ পৱনদেব আৰু মাক কুন্তী৷ তেওঁৰ অতিমানৱীয় শক্তিৰ বাবে জনাজাত৷