chambaChambal river

Chambal (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-21
1. River(Material Noun-Neuter) A main tributory of Yamuna, starting from Maddhya Pradesh, flowing through Rajasthan and finaly meets Yamuna in UP. চম্বল নদী হল যমুনা নদীৰ প্ৰধান উপনৈ৷ বৃহত্তম গঙ্গা অববাহিকাৰ অংশ৷ মধ্য প্ৰদেশত উৎপন্ন হৈ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মাজেদি দি প্ৰবাহিত হৈ উত্তৰ প্ৰদেশত যমুনা নদীৰ লগত মিলিছে৷