dandruffdang

Danduadroh (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-08
1. Historial(Abstract Noun) A mutiniy against Ahom kingdom by Haradutta and Biradutta. কামৰূপৰ হৰদত্ত বীৰদত্ত নামে দুজন বীৰে আহোম সাম্ৰাজ্যৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰিছিল যাক দন্দুৱাদ্ৰোহ আখ্যা দিয়া হৈছিল ৷ গৌৰীনাথ সিংহই বদন বৰফুকনক ভাঙি কলীয়া ভোমোৰাক গুৱাহাটীৰ বৰফুকন পাতিছিল ৷ তেওঁৰ নেতৃত্বত বীৰদত্ত পৰাজিত হৈছিল আৰু হৰদত্ত পলাই গৈছিল সন্ধ্যাঝাৰ হাবিৰ ফালে ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-08
2. Novels(Proper Noun-Neuter) A historycal novel written by Rajanikanta Bordoloi ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক উপন্যাস৷