Dhekiakhowa Bornamghardhemali

Dhemaji (English) [ IPA: [IPA] ASM: ধেমাজি]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
1. Place(Proper Noun-Neuter) Dhemaji district is an administrative district in the state of Assam in India. The district headquarters are located at Dhemaji. ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা৷ ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ৷
English: Dhemaji,
Assamese: ধেমাজি,
Bodo: धेमाजि