hithiHiuen Tsang

Hitler (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-29
1. Historial(Proper Noun-Masculine) Adolf Hitler was an Austrian-born German politician who was the leader of the Nazi Party, Chancellor of Germany from 1933 to 1945, and Fuhrer of Nazi Germany from 1934 to 1945. এডল্ফ হিটলাৰ (ইংৰাজী: Adolf Hitler; German:(২০ এপ্ৰিল, ১৮৮৯ – ৩০ এপ্ৰিল, ১৯৪৫) মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল৷ তেখেত আছিল ২য় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদি গণহত্যাৰ কাৰক আছিল৷