hopelesshor dipor
hor (Karbi)
1. (Material Noun-Neuter) Intoxicating liquor containing a colorless volatile flammable liquid - C2H5OH
এলকহল নামৰ এক বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্যযুক্ত ৰাগীয়াল পানীয়

2. (Material Noun-Neuter) a strong alcoholic drink.
হুইস্কি আদি শক্তিশালী নিচা ধৰা পানীয়৷
English: liquor,
Assamese: ৰাগিয়াল পানীয়,
Karbi: hor,

Hor (Kok-Borok)
3. (Abstract Noun) the period of darkness between sunset and sunrise
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা

hor (Dimasa)
4. (Verb-Trans.) to move something from one place to another by lifting it
কোনো বস্তু এঠাইৰ পৰা আন এঠাইলৈ ডাঙি নে
English: carry,
Assamese: কঢ়িয়া, নে, , বহন কৰ্, লৈ যা,
Bodo: रोगा,
Mising: jo, ligbom,
Meeteilon: puba,
Dimasa: baing, dilang, hor, rujung,
Deori: লা,

hor (Tiwa)
5. (Abstract Noun) the period of darkness between sunset and sunrise
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা