jewelleryjharkhand

Jhaptaal (English) [ IPA: Jhaptaal ASM: ঝাপতাল]
Contributed by: Partha P Sarmah on 2011-08-13
1. Music(Proper Noun-Neuter) a taal of ten beats used in Indian classical (and light) music. ভাৰতীয় উচ্চাংগ (আৰু লঘু সংগীতত) ব্যৱহাৰ হোৱা দহ মাত্ৰাৰ তাল৷ ঠেকাৰ বোলটো এনেধৰণৰঃ ধি না/ ধি ধি না / তি না/ ধি ধি না/
English: Jhaptaal,
Assamese: ঝাপতাল