Jonaijonba

Jonaki (English) [ IPA: Jonaki ASM: জোনাকী]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-09-02
1. Magazine/Periodical(Proper Noun-Common &/or Masculine) An Assamese language magazine published from Calcutta in 1889. It was also the mouthpiece of the then Assamese literary society Oxomiya Bhaxa Unnati Xadhini Xobha in which the society’s aim and objectives were regularly expressed. The first editor of the magazine was Chandra Kumar Agarwala. কলিকতাৰপৰা (১৮৮৯-১৯০৩) চনত প্ৰকাশিত এখন অসমীয়া আলোচনী৷ ’জোনাকী’ৰ মাধ্যমেৰেই পোন-প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে৷ জোনাকী আছিল ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ৰ মূখপত্ৰ৷ ইয়াৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা৷
English: Jonaki,
Assamese: জোনাকী