Li`Llanos

LL.B (English) [ IPA: এলএল.বি ASM: এলএল.বি]
Contributed by: Partha P Sarmah on 2008-03-21
1. (Abstract Noun) Bachelor of Law. The first degree given by a university to a law graduate. Bachelor of Lawৰ সংক্ষিপ্ত ৰূপ৷ কোনো বিশ্ববিদ্যালয়ে আইন বিষয়ত দিয়া প্ৰথম/ স্নাতক উপাধি৷ তিনিবছৰীয়া আইন পাঠ্যক্ৰমৰ পৰিবৰ্তে আজিকালি বহু প্ৰচলিত পাঁচবছৰীয়া আইন পাঠ্যক্ৰমৰ স্নাতকক কেৱল LL.B উপাধি নিদি B.A./B.Sc./B.Tech./BB.A.LL.B আদি উপাধি দিয়া হয়৷
English: LL.B,
Assamese: এলএল.বি