mandeko rim.amandeni

Mandela (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-12-05
1. Personalities(Proper Noun-Masculine) (18 July 1918 – 5 December 2013) A South African anti-apartheid revolutionary, politician, and philanthropist, who served as President of South Africa from 1994 to 1999. He was the country`s first black head of state and the first elected in a fully representative democratic election. দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ এক অবিসম্বাদী নেতা যি সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাৰুদ্ধ জীৱন কটাবলগীয়া হৈছিল৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁক দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৯৯ চনলৈকে তেওঁ ৰাষ্ট্ৰপতিৰ পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰে।