mangumangy

Mangur (Tiwa)
Contributed by: Biki Bordoloi on 2012-05-25
1. (Verb-Trans.) to annoy continually, disturb physically or mentally অহৰহ আমনি কৰ্ অথবা শাৰীৰিক বা মানসিক ভাৱে অশান্তি কৰ্

Contributed by: Biki Bordoloi on 2012-05-25
2. (Proper Noun-Neuter) an infectious, epidemic disease caused by a bacterium, Yersinia pestis, characterized by fever, chills, and prostration, transmitted to humans from rats by means of the bites of fleas. এন্দুৰৰ দেহৰ পৰা বেক্টেৰিয়াৰ জড়িয়তে মানুহৰ শৰীৰলৈ বিয়পা এবিধ সংক্ৰামক ৰোগ, ইয়াৰ ফলত দেহত জ্বৰ, কঁপনি উঠা আদি হয় ৷
English: plague,
Assamese: প্লেগ,
Khasi: ka khlam,
Tiwa: Mangur